ভাৱৰ নিজস্ব ধাৰা
আত্ম সত্বাৰ সন্ধানত
কঁপি উঠিছিলো মই,
শৰীৰত প্ৰবাহমান শীতল সোঁত
আত্ম সত্বাৰ
সন্ধানত
তীব্ৰ প্ৰয়াস উপলব্ধি
ৰ
শীতলতাৰ অনুভৱ
ত
তুচ্চ জ্ঞান কৰা মনটো
ত
আশাৰ ৰেঙনিৰে ভৰি পৰিল,
এটি নতুন উচ্চাস
ৰে উদ্দীপিত হৈ
আগবাঢ়ি গ
’
লো
সন্মোখৰ ফালে
।।
Newer Post
Older Post
Home