ভাৱৰ নিজস্ব ধাৰা
কবিতাৰ শৰ
প্ৰক্ষেপ কৰিলা তুমি
কবিতাৰ শৰ পাত
বুকু ভেদি গ
’
ল
,
সুন্দৰ কন্ঠেৰে
গীত গালা তুমি
হৰি নিলা মন প্ৰাণ
,
সুৰৰ লহৰে লহৰে
মন
মোৰ
উটি ভাহি গ
’
ল
,
আজি
মোৰ সত্বা
তোমাতেই বিলীন
………
Newer Post
Older Post
Home