ভাল পাওঁ মই উৰণীয়া ডাৱৰ
নিজম পৰত খন্তেক থমকি ৰৈ
চাই ভাল পাওঁ
ফুলা মদাৰৰ ৰঙা ৰং
সন্মুখত চক্ৰ বেহু
ৰিহা-আঁচলৰ ৰমক-জমক
ডেও দি উঠিছে চমকি চমকি
একোকে নমনা আন্ধাৰ
বতাহত ভাহি যায়
এটি হুমুনিয়া
নিজম পৰত খন্তেক থমকি ৰৈ
চাই ভাল পাওঁ
ফুলা মদাৰৰ ৰঙা ৰং
সন্মুখত চক্ৰ বেহু
ৰিহা-আঁচলৰ ৰমক-জমক
ডেও দি উঠিছে চমকি চমকি
একোকে নমনা আন্ধাৰ
বতাহত ভাহি যায়
এটি হুমুনিয়া