ভাৱৰ নিজস্ব ধাৰা
এটি চেতনা
কবিতা কবিতা লগা
ঝংকাৰিত সুৰত
বাজি উঠে
অজান সংগীত
ভাহিঁ আহে বতাহত
প্ৰেমৰ উপলব্ধি
এটি চেতনা
অনুভূতিৰ তীব্ৰ অনুৰাগ
বিদ্যুতৰ এটি স্ফুলিংগ
Newer Post
Older Post
Home