এছাটি মলয়া








ৰিঙা ৰিঙা উতনুৱা মনত 
এছাটি মলয়াই নাচি বাগি
প্ৰেৰণাৰ প্ৰতিশ্ৰুতিৰে 
হৃদয়ত টোকৰ মাৰে
উটি যায় অবুজ মন
পুলকিত মনলৈ কঢ়িয়াই আনে
মৰম আকলুৱা বসন্তৰ বতৰা
উৎসৱৰ আনন্দই
সৃষ্টি কৰে নতুনত্ব