সুৰৰ তালে তালে









জানিও নজনা ভাৱে এটিয়ে
আমনি কৰে বাৰে বাৰে

হৃদয়ৰ কোণে কোণে 
উবুৰি খাই পৰিছেহি 
সুৰৰ ঢৌ এটি 

এছাটি বতাহত  
বুকু উখল মাখল
কঁপি উঠিছে মন 
বৈ যোৱা সুৰৰ গতিত

কোনেনো বুজাবহি 
কিয় আজি কঁপিছে মন
সুৰৰ তালে তালে