ৰং বহাগৰ












ৰামধেনুৰ ৰঙেৰে
মন আকাশ কোনেনো সজালে
জীৱনৰ ৰং সলনি কৰি
থলেহি আনি কোন দিগন্তত
সিঁচি দিলে মনত ৰং বহাগৰ
বৈ যোৱা সুবাসত
মিলি একাকাৰ হ’ল