ভাৱৰ নিজস্ব ধাৰা
সাৰে আছো মই
নিশাৰ ক্ষন গণি
সাৰে আছো মই
আকাশলৈ চাই চাই
এন্ধাৰ মোৰেই লগৰী
নিশাৰ তৰা গণি
সাৰে আছো মই অকলে অকলে
হেৰাল পোহৰৰ ভাষা মোৰ
কুৱলীয়ে আৱৰা অবুজ বেদনাবোৰ
সৰি পৰে নিয়ৰ কণিকা হৈ
এন্ধাৰৰ আৰ লৈ
Newer Post
Older Post
Home