ভাৱৰ নিজস্ব ধাৰা
উপলব্ধি
অমানিশা জীৱন
সংগী
মোৰ অভিধান
বিষাদ
,
তমসাৰ
অবুজ
মাদকতা
সুক্ষ্মতম কণিকাৰ
আৱেদন
,
উদাসীন
সংগীত বতাহৰ
নিসংগ ভাৰহীন প্রতিপল
,
স্বকীয়তাৰ মিছা ঠিকনা
উপলব্ধি মাথো আত্মাৰ
জগাই তোলে হেঁপাহ
।
Newer Post
Older Post
Home