ভাৱৰ নিজস্ব ধাৰা
অনুভৱৰ গুণ গুণনি 2
এটি
সুৰৰ
তালে
তালে
বৈ
গ
’
ল
মৃদু
মলয়া
দি
গ
’
ল
শেৱালীৰ
সুবাস
এটি
মিচিকিয়া
হাঁহি
আৰু
গীতৰ কলি
এটি
অনুভৱ
ৰ
গুণ গুণ
নি
নুবুজা
ভাষাৰ
সুৰৰ
মূৰ্চনাত
মন
হেৰাল
অবোজ
মন
ৰ
নুবুজো
ভাষা
Newer Post
Older Post
Home