দুলি ফুৰে মন

আজি কিয় জানো
ঠিকনা বিহীন
এটি স্পন্দন
এটি অনুভৱত
নিৰূপায় হৃদয়
দুলি ফুৰে মন
ভৰি পৰে বুকু
ক্লান্তিৰ ছায়াত
জোনাকৰ কোমলতা
আতৰি পলাই
বৈ যায বুকুয়েদি
এটি উপলব্দ্ধি
ধাৰাষাৰ গতিৰে