পৰিচয়

কিয় ভাব হয়
বুজিও নুবুজো
গীতৰ ভাষা
চকু থমকি ৰয়
বুকুত সহস্ৰ বেদনা লৈ

নতুন প্ৰভাতৰ
নতুন গতিৰ
দীপ্ত সূৰ্য জিলিকি
মৰমী চাৱনিৰে
চুচক চামাককৈ
আনি দিব মোৰ পৰিচয়