ভাৱৰ নিজস্ব ধাৰা
নতুন সংকল্প
হেৰুৱা দিনৰ
সোঁৱৰণিৰ পদুলি মুখত
ৰৈ আছো আশা লৈ
পুঁৱতিৰ আকাশৰ তলত
নতুন ফচল ৰুই
সৃষ্টি কৰিম সোণালী পামৰ
ধলপুৱাতেই ভৰি দিম পথাৰত
কেঁচা মাটিৰ সুগন্ধ লৈ
Newer Post
Older Post
Home