ভাৱৰ নিজস্ব ধাৰা
ভৱিষ্যত
কিমান সপোন সৰি গ
’
ল
তাৰ জানো হিচাপ আছে
কোনে খতিয়ান
ৰাখে
পলাশৰ জুই নুমাল এতিয়া
কলিজাও এতিয়া অপতৃণৰে ভৰা
মনত ওলমিছে
মকৰাৰ
জাল
উৰুখা পানীয়ে উটাই
নিলে
বহাগৰ ধুমুহা
সপোন
ৰ
অন্ধ
গলিত
এতিয়া পৰি
থাকে
ভৱিষ্যত
Newer Post
Older Post
Home