আত্মা

তুমি অভিমানী,
তুমি মনোৰম,
ৰমনীয় অনুপম,
সূগঢ়ী মোহনীয়,
শোভম সুশ্ৰীমন,
ৰুচী সুশমাযুক্ত,
সৌন্দৰ্য অতুলনীয়,
দৃষ্টি গভীৰ সুনীল
কন্ঠত সুৰসমলয়
তুমি ৰম্য
তুমি শোভময়
আত্মভিমান শূণ্য ।