স্মৃতি

স্মৃতিৰ কোলাহল
এক অবুজ কান্দোন

বুকু ভঙা হুমূনিয়াহ
কাল ৰাত্রিৰ
যন্ত্রনাৰ নিঃশব্দ হাহাকাৰ
মায়াজাল গহীন নিশাৰ