মোৰ সত্বা


প্ৰক্ষেপ কৰিলা তুমি
কবিতাৰ শৰ পাত
বুকু ভেদি গ,
সুন্দৰ কন্ঠেৰে
গীত গালা তুমি
হৰি নিলা মন প্ৰাণ,
সুৰৰ লহৰে লহৰে
মন মোৰ উটি ভাহি গ,
আজি মোৰ সত্বা
তোমাতেই বিলীন II