কোন আছিল তেওঁ

ৰাগিত আছিলো ময়
কোনে জানো ৰিঙিয়াই মাতে
এটি যেন চিনাকি সুৰ
সেই সুযোগতে
মনতো কেনি জানো সৰকি গ'ল
অতীতত দুব গলো মই
জানোচা কিবা বিচাৰি পাওঁ
দুপৰ নিশা আকৌ ৰিঙিয়াই মাতে
সেই একেই চিনাকি সুৰ
তুমি যদি চিনি পোবা
জনাবানে কোন আছিল তেওঁ