আমাৰ অসম

অতীতে ৰিঙিয়াই দুটি নাম
প্রাগজ্যোতিষ কিম্বা কামৰূপ
দুটি নাম একেটি স্থান
আছিল এয়ে আমাৰ অসম
বৈ আছে অতীজৰে পৰা
এখনি নৈ
সীমা সুউচ্চ হিমালয়
আৰূ বঙ্গোপসাগৰ
কঢ়িয়াই নি আছে
যুগে যুগে
সংস্কৃতিৰ স্মৃতি

জননী আমাৰ অসমৰ...