জীৱন ক্ষুধা।

দুচকুত বিলীন হৈ যাব
জীৱন ক্ষুধা

পখী হৈ ৰি যাম
নিবাৰণ কৰিম পিয়াহ

মই ভাগৰুৱা
অলপ আহৰি দিয়া

কিছু জিৰণি লৈ
চকু মুদি

অলপ শুবলৈ দিয়া