জীৱন বেদনাৰ

বিপূল বেদনাৰে
ভৰি আছে জীৱন
পূঞ্জীভূত বেদনাৰ
ভেটা ভাঙি বৈ যাওঁক
অন্তৰৰ আকুলতা
লুইতৰ বুকুয়েদি
বিশাল সাগৰলৈ...