নৱপ্ৰজন্ম

আমি চঞ্চল
উৰ্দ্ধগামি আমাৰ মন
আমি সক্ষম
দ্ৰূততম গতিত আবদ্ধ
আমি উদ্যোগি
উন্নতি আমাৰ মুখ্য
আমি শক্তিশালি
গ্ৰহন কৰিছো প্ৰত্যাহ্বান
আমি নৱপ্ৰজন্ম
প্ৰগতি, বিকাশ আমাৰ দাবি
আমি ঐক্য
ঐক্যতা আমাৰ লক্ষ্য
আমি দক্ষ্য

ফলবতি কৰিম উদ্দেশ্য...