সৃষ্টিৰ স্থিতি

সৃষ্টিৰ এক চক্ৰ অষ্ট কল্প
সময়সীমা সৃষ্টিৰ  এক চক্ৰ
এক চক্ৰ শেষত
বিলীন হব আকৌ
বিশাল মহাশূন্যত
পূনৰাই সৃষ্টি হব
নতুন বিশ্ব
এটি নতুন চক্ৰ
সৃষ্টিৰ ইয়েই আদিম ৰহস্য
নতুন বিশ্ব
এই  সৃষ্টিৰ স্থিতি
বিশাল মহাশূন্য
এক কল্প চাৰি যুগ
সত্য ত্ৰেতা দ্বাপৰ কলি
এটি চিৰ নতুন সত্য...