জনাবানে তুমি

মোৰ চকুৰ মনিত
তুমি বিচৰা মৰমবোৰ
জানো দেখিছিলা
ময় কোৱা কথাবোৰত
তুমি বিচৰা সুৰটি
জানো শুনিছিলা
জনাবানে তুমি

তাৰ বৰণ আৰূ চন্দ কেনেকোৱা...