এটি স্মূতি বৰ্বৰতাৰ

শব্দহীন হুমুনিয়াহ হেজাৰজনৰ
এটি উসৱ বিষাদৰ
থমকি ৰৈছিল মানৱতা
থমকি ৰৈছিল সভ্যতা
এটি মূহু্ৰ্ততে হৈ গল অতীত
বুকুৰ মাজত এটি গধুৰ যন্ত্ৰনা
ভাবলেশহীন আবেগ
এটি স্মূতি বৰ্বৰতাৰ
পোতখাই থাকিল হৃদয়ত
এটি বিষাদৰ হিমচেচা শীতলতা ।