কবি

হে কবি
আহা বহি গীত গাওঁ
জীৱন নাটৰ
হিয়াঁ শীতল কৰি
আতৰাওঁ দুখ ভাগৰৰ
হওঁক আমাৰ এই মিলনস্থল
শান্তিনিকেতন জীৱনৰ
বৈ যাওঁক হৃদয়ে হৃদয়ে
অমৃত জীৱন লুইতৰ...