যুৱ প্ৰজন্ম

গতিশীল পৃথিৱী
লক্ষ্য জীৱন স্থীৰতা
বহুতো আঁচনি
যুৱ প্ৰজন্মৰ
নালাগে কোনো নেতৃত্ব
আছে বিশ্বাস বুকুত
গঢ়ি তুলিম সাফল্য
খ্যাতি বাঢ়িব দেশৰ
গতি চঞ্চল উৰ্দ্ধগামী
আমি শ্ৰেষ্ঠ যুৱ প্ৰজন্ম