আশা





উলাহেৰে মনে 
মেলিলে পাখি

কিমান মৰম  
কিমান আৱেগ

নীল সাগৰৰ হেঁপাহ
সজীৱ উমাল সপোন

সেউজী পৃথিৱীৰ
জীপাল বুকু

হেজাৰ আশা
জী উঠে
কবিতাৰ ভাষা