যেতিয়া সাগৰত লহৰ থাকে
মন আনন্দত নাছি উঠে
বতাহত যেতিয়া বহাগৰ সুবাস উঠলে
মন আগুয়াই নতুন স্বপ্নৰ দিশত
প্রটিতো বহাগৰ লগে লগে
বয়স আগুয়াই আগলৈ
আদ বয়সত যৌৱনৰ ভাৱবোৰ
হৈ পৰে অজান পথিক
এতিয়া সেই ভাৱৰ ভাৱনাত দুবাটো
এটি বাতুলতা অবুজ জনৰ ।।