মই ধুনীয়া আৰু তুমি সুন্দৰ

সুন্দৰতা প্রকৃতিৰ এটি উপহাৰ
মই ধুনীয়া আৰু তুমি সুন্দৰ
দুয়ো জানো বুজাই একেটি অৰ্থ
ধুনীয়া এটি বাজ্যিক ৰূপ
আৰু সুন্দৰটাই বুজাই হৃদয়ৰ গভীৰতা
মই ধূনীয়া বুলি গৰ্বীভূত হোৱাতকৈ
মই সুন্দৰ উপমাটি বেছি মধুৰ