প্রেমৰ প্রতিদান

মই জানো তুমিয়েই সকলোতকৈ শ্রেষ্ঠ
তোমাৰ কি হেঁপাহ মই নাজানিছিলো
তুমি মোক কেতিয়াওঁ
সঁহাৰি দিয়া নাছিলা
মোৰ প্রতি থকা তোমাৰ প্রেমৰ আকৰ্ষণ
মোৰ অজ্ঞাত আছিল
তুমি কোন মোৰ কোনো ধাৰনা নাছিল
ময় নিজকে গৰ্বীত  অনুভৱ কৰো
তোমাৰ ভালপোৱা পোৱাৰ বাবে
তোমাৰ এই সহজ সৰল ৰূপটি
মোৰ অতি প্রিয়
মই গৰ্বীত অনুভৱ কৰো
তোমাৰ ভালপোৱাৰ বাবে
তুমি আশা কৰাৰ দৰেই
মই অপেক্ষা কৰি আছো

তোমাৰ ভালপোৱাৰ সংগী হোৱাৰ বাবে ।।