মনৰ খেলি মেলি ভাব



তাক ধিনাধিন
নাজানো মই কব
মোৰ আশা পূৰণ হওঁক
আকোৱালী লওঁ তোমাক
মোৰ বুকুৰ মাজত
মোৰ ভয় হয় কিজানিবা
সকলো উলট পালত হয়
সেই দুখ লৈ ভ্রমি ফুৰিছো
তোমাক লগ পোৱাৰ আশাত
গোটেই জীৱন বিছাৰিওঁ
মই বিছৰা মূহুৰ্তটি
পোৱা নাই এতিয়াওঁ
কেতিয়াবা ভাব হয়
তোমাক লগ পালে
কি কম মই
তেতিয়া ভাবো
তোমাক লগ নাপালেই

ভাল হব কিজানি…..