সোনালী জয়ন্তী

অকথিত কাহিনী ৰশ্মিৰেখাৰ
বিভিন্ন প্রান্তত বিয়পি পৰিছে
এটি অনুস্থানৰ জোৱাৰ উঠাৰ
বঞ্চনাৰ প্রতিবাদ ৰশ্মিৰেখাৰ
অনিশ্চয়তাৰ হাহাকাৰ
জীৱন সত্যৰ প্রতিবাদ
ভয়ংকৰ কাৰ্য্যসূচী জনজীৱনৰ
নজৰবন্দী সহস্রজনৰ
সংস্কৃতি বিপ্লৱৰ সোনালী জয়ন্তী
নৃশংস অপচেষ্টা উত্তপ্ত পৰিস্থিতি
উত্তাল কৰিলে ৰাজপথ
কৰিছে অভিনৱ প্রতিবাদ
ইতিহাস স্থাপিত কৰি
উদযাপন সংস্কৃতি বিপ্লৱৰ
এটি সোনালী জয়ন্তী