ভাৱৰ নিজস্ব ধাৰা
বৌটিলৈ বৰকৈ মনত পৰে
কজলা মেঘে যেতিয়া
আকাশ চানি ধ
ৰে
বাৰিষা
ৰ ভা
ৱে মো
ৰ
বুকুত কপনি তুলে
বৌটিলৈ বৰকৈ মনত পৰে
নৈ পৰীয়া গা
ও মো
ৰ
যো
ৱাবেলি
বাৰিষা
ত
সকলো হেৰূয়াই
বুকুভগা কান্দোনত
ঢ
লি পৰিছিল আই
নৰিয়া পাটীত
..............
Newer Post
Older Post
Home