এটি অজান দুখ


গুনগুননি এটি বাজি উঠিছিল
মনৰ মাজত
নিৱৰৰ টোপালবোৰত জ্বিলিকি উঠা
'দৰ ৰশ্মিয়ে মনত জগাই তুলিছিল
সহস্র সপোন
বহুদিন হ'
নিয়ৰৰ টোপালবোৰত
মুকুটা দেখা নাই
আৰূ দেখা নাই মোৰ বুকুত
লুইতত উফন্দি উঠা বাৰিষাৰ ঢৌ
কিয় জানো অজান
দুখ এটি

বুকুত খুন্দা মাৰি মাৰি কান্দে ।।