সন্ধিয়া বাঁহীৰ মাত
বুকুত অশান্ত ধল
প্ৰহৰৰ গতি
খহাই মৌনতাত
সুৰৰ বিষাদ
সূদুৰত অপেক্ষাৰ আঁক বাঁক
এবুকু নিষিদ্ধ অন্ধকাৰ
নিসংগতাৰ উকা কাগজ
বুকুত অশান্ত ধল
প্ৰহৰৰ গতি
খহাই মৌনতাত
সুৰৰ বিষাদ
সূদুৰত অপেক্ষাৰ আঁক বাঁক
এবুকু নিষিদ্ধ অন্ধকাৰ
নিসংগতাৰ উকা কাগজ