ধূলিত পোত খোৱা জীৱন
এমুঠি ভোকৰ ভাত
ক্ষোভ,হতাশা আৰু সপোনবোৰ
বিদ্রোহী মন
আশা এমুঠি ৰ'দৰ জিলমিল
নতুন পৃথিৱী
তিৰবিৰণি সপোনৰ
এটি বাস্তৱ
বিশ্বাস-অবিশ্বাস
ক্ষোভ,হতাশা আৰু সপোনবোৰ
বিদ্রোহী মন
আশা এমুঠি ৰ'দৰ জিলমিল
নতুন পৃথিৱী
তিৰবিৰণি সপোনৰ
এটি বাস্তৱ
বিশ্বাস-অবিশ্বাস
আৰূ সত্য-অসত্যৰ