ভাৱৰ নিজস্ব ধাৰা
নিয়তি
এটি নিশাৰ তৰা
নিজম আকাশৰ
হে নিয়তি
ধূলি উৰুৱালি
জীৱনত মোৰ
মৰুৰ মাজে মাজে
জ্বলন্ত কুণ্ডত
উচুপনি উঠে
শোকৰ ৰাগিনী
বাজি উঠে হৃদয়ত
Newer Post
Older Post
Home