যাত্ৰা অনাগত ভৱিষ্যতৰ
নৱতম সৃষ্টিৰ নিত্য প্রয়াস
সৃষ্টি নতুন, দৃষ্টি মেঘমুক্ত
আশাৰ ভাষা পোহৰৰ
লুইতৰ ফেনে – ফোটোকাৰে ভৰা
জল প্ৰপাতৰ অপূৰ্ব্ব সঙ্গীত
অপূৰ্ব্ব আধাৰ মোৰ কল্পনাৰ
প্ৰয়াসী মনৰ বুকুত
পোহৰৰ গান উপচি পৰে
শুভ্ৰ জ্যোতি মনৰ মাজত
চিকমিক কৰিছে অপূৰ্ব আধাৰ
নব সূৰ্য্য
আহিব পোহৰৰ ধল
নৱতম সৃষ্টিৰ নিত্য প্রয়াস
সৃষ্টি নতুন, দৃষ্টি মেঘমুক্ত
আশাৰ ভাষা পোহৰৰ
লুইতৰ ফেনে – ফোটোকাৰে ভৰা
জল প্ৰপাতৰ অপূৰ্ব্ব সঙ্গীত
অপূৰ্ব্ব আধাৰ মোৰ কল্পনাৰ
প্ৰয়াসী মনৰ বুকুত
পোহৰৰ গান উপচি পৰে
শুভ্ৰ জ্যোতি মনৰ মাজত
চিকমিক কৰিছে অপূৰ্ব আধাৰ
নব সূৰ্য্য
আহিব পোহৰৰ ধল