বেজাৰৰ উৰি ফুৰা ৰাগিণীবোৰে
হিয়াত থৈ গল চিন
চূৰ্ণ বিচূৰ্ণ জীৱন মোৰ
ব্যৰ্থ-ভৰা জীৱনৰ সূৰ্য্যাস্ত
আকুল যদিও জীৱন
অৰ্থহীন বিষাদেৰে ভৰা
হে পাষাণ দেৱতা
কি দোষ মোৰ
শঙ্খ ঘন্টা ডবা-কাঁহ
নবজালো যেনিবা
তোমাৰ পুজাৰ ফুল
ভোমোৰাই চুহি খালে
মহাশূন্যত ব্যথৰ্তাৰ তুমিয়েই মূল
তোমাক বিচাৰি
বিদ্যুৎপ্রভা বিয়াকুল
হে পাষাণ দেৱতা
তুমি গচকি পেলালা ওৰ
আজি জ্বলন্ত কুণ্ডত জীৱন মোৰ
হিয়াত থৈ গল চিন
চূৰ্ণ বিচূৰ্ণ জীৱন মোৰ
ব্যৰ্থ-ভৰা জীৱনৰ সূৰ্য্যাস্ত
আকুল যদিও জীৱন
অৰ্থহীন বিষাদেৰে ভৰা
হে পাষাণ দেৱতা
কি দোষ মোৰ
শঙ্খ ঘন্টা ডবা-কাঁহ
নবজালো যেনিবা
তোমাৰ পুজাৰ ফুল
ভোমোৰাই চুহি খালে
মহাশূন্যত ব্যথৰ্তাৰ তুমিয়েই মূল
তোমাক বিচাৰি
বিদ্যুৎপ্রভা বিয়াকুল
হে পাষাণ দেৱতা
তুমি গচকি পেলালা ওৰ
আজি জ্বলন্ত কুণ্ডত জীৱন মোৰ