ৰাজ পথে ৰিঙিয়াই


ৰাজ পথে মাতে ৰিঙিয়াই
বলা যাওঁ দিগন্তৰ সীমা বিচাৰি
দিগন্তৰ সিপাৰে বিচাৰি যাওঁ বলা
জোনাক আৰু সূৰুযৰ পজাটি
বলা শুনো গৈ
কিনো কথা পাতে দুয়ো

গোপনে মিলি