সৃষ্টিৰ শলিতা

ধ্বংসৰ মাজত
অতীতৰ ৰূপ
সৃষ্টিৰ শলিতা
জনতাৰ হৃদয়ত
ৰিণি ৰিণি সুৰ জনতাৰ
প্ৰতিধ্বনিত অপূৰ্ব্ব সঙ্গীত
ৰূপান্তৰ নৱতম সৃষ্টিৰ
নতুন আশা
দৃষ্টি  নতুন
সংস্কৃতিৰ আধাৰ
হৃদয়ত বিশ্ববেশ
যাত্ৰা অনাগত ভৱিষ্যতৰ
এক অপূৰ্ব্ব সঙ্গীত