মূক্তি প্ৰয়াসী
গাণ্ডীব অৰ্জ্জুন
শক্তি পুত্ৰ অগ্নিময়
আলোক যাত্ৰী
শুভ্ৰ জ্যোতি আৰূ স্থিৰ দৃষ্টি
নবীন সূৰ্য্য
উপচি পৰিব পোহৰ
হৈ শুভ্ৰ প্ৰপাতৰ জল ।।
গাণ্ডীব অৰ্জ্জুন
শক্তি পুত্ৰ অগ্নিময়
আলোক যাত্ৰী
শুভ্ৰ জ্যোতি আৰূ স্থিৰ দৃষ্টি
নবীন সূৰ্য্য
উপচি পৰিব পোহৰ
হৈ শুভ্ৰ প্ৰপাতৰ জল ।।