ভাৱৰ নিজস্ব ধাৰা
কবি নহওঁ ময়
কবি নহওঁ ময়
নাজনো কবিতা কাক কয়
তথাপি কিয় জানো
সকলোয়ে মোক কবি কয়
শুকুলা পাতৰ বুকুত
আক বাক কৰি যাও
হৃদয়ৰ ভাৱবোৰ
তাকেই জানো কবিতা কয়
II
Newer Post
Older Post
Home