প্ৰতিশোধ

বাগৰি পৰিছিল
মৰ্য্যদাৰ স্থান
আত্মগৌৰব
হৃদয় খন
থানবান হৈ গ`
উভতি আহিল
অহংকাৰ
অহংকাৰ
অহংকাৰ
লগতে.....
জিঘাংসাৰ
জিঘাংসাৰ
জিঘাংসাৰ
জুই জ্বলিল
জ্বলিল
জ্বলিল
জ্বলিল
জ্বলিল
মনত জাগি উঠিল
প্ৰতিশোধ
প্ৰতিশোধ
প্ৰতিশোধ
প্ৰতিশোধ

প্ৰতিশোধ।