মৌন এটি কবিতাৰে

আকাশ শূণ্যতাৰে ভৰা,
নিৰৱ নিশ্চূপ এটি পূৰ্ণতা
শান্ত শীতল চিৰসূন্দৰ,
অব্যক্ত এটি নিঃসংগতা
অন্তৰ পৰশি যোৱা,
মৌন এটি কবিতাৰে
অনুভৱ হয় এই শূণ্যতাৰ

এখনি সংবেদনশীল হৃদয়।