ভাৱৰ নিজস্ব ধাৰা
শোক
শোক যেতিয়া উঠলি উঠে
অশান্ত হয় হৃদয়
অনুভৱ কৰো
এটি দূৰ্বলতা
জ্বলি জ্বলি ধোৱাঁৰ দৰে
বিলীন হয় সকলো আশা
।
Newer Post
Older Post
Home