ভাৱৰ নিজস্ব ধাৰা
নিঃশব্দ যাত্ৰা
মেজাংকৰি চোলা পিন্ধি
পথাৰৰ ওপৰে ওপৰে
নিঃশব্দ যাত্ৰা
অনাগত ভৱিষ্যতৰ
ৰিণি ৰিণি শুনো
সঙ্গীতৰ প্ৰতিধ্বনি
অপূৰ্ব্ব ধাৰা
শান্তি নৱলোকৰ
বুকুত প্ৰয়াস লৈ
পূৰ্বাচলত বজাওঁ
চেনেহৰ পেপাঁ
Newer Post
Older Post
Home