ভাৱৰ নিজস্ব ধাৰা
তুমি কব পাৰিবানে
তুমি কব পাৰিবানে
শুকাই যোৱা নিজৰিটিত
কৰ পৰা জানো
ঢ'ল নামিল
অবতৰত কৰ পৰা জানো
বাৰিষা আহিল
তুমি কব পাৰিবানে
মাজনিশা সাৰ পাই
উঠি বহা বেমাৰটো
জানো কৰ পৰা লাগিল
তুমি কব পাৰিবানে ।।
Newer Post
Older Post
Home