আবেগৰ খেলিমেলি


এন্ধাৰ আৰু ধূসৰ ছাঁয়া
অস্পষ্ট এটি উপস্থিতি
তাতে ঘন কুৱঁলী 

শেৱালীৰ সুবাস বতাহত
চিনাকি বাহীৰ সুৰ 
অতি চিনাকি 


আবেগৰ খেলিমেলি মনৰ মাজত
এই অনুভূতি এক সাথঁৰ,
মনত জাগিছে ভাবনাৰ খেল 
নিস্তব্ধ নিশা